अर्थ : চেতন অৱস্থাৰ মাজতে কিছু সময়ৰ কাৰণে অলস হৈ যোৱা অৱস্থা যাৰ ফলত প্রাণীয়ে শাৰীৰিক আৰু মানসিক বিশ্রাম লাভ কৰে
उदाहरणे :
টোপনি কম হোৱাৰ কাৰণে ভাগৰ ভাগৰ লাগি আছে
समानार्थी : চকু জাপ খোৱা-, টোপনি, নিদ্রা
अर्थ : চকীদাৰে পহৰা দিয়াৰ সময়ত থাকিবৰ কাৰণে সৰুকৈ সজা ঘৰ
उदाहरणे :
সেই সময়ত গুমটিটোত কোনো নাছিল
समानार्थी : গুমটি