अर्थ : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা
उदाहरणे :
মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ
समानार्थी : কথা
अर्थ : কোনো নির্দিষ্ট সময়ত কোনো বিশেষ ঠাইত যি ঘটে
उदाहरणे :
আজিৰ আচৰিত ঘটনাটোক লৈ সকলোৱে বৰ কষ্ট পালে