सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ডিঙি বাঢ়ি অহা এক প্রকাৰৰ ৰোগ
उदाहरणे : আয়ডিনৰ অভাৱৰ কাৰণে গৰল ৰোগ হয়
समानार्थी : গলগণ্ড
अर्थ : যি পদার্থ সেৱন কৰিলে বা শৰীৰত প্রৱেশ কৰাৰ লগে-লগে শৰীৰ অস্থিৰ হৈ পৰে আৰু কেতিয়াবা-কেতিয়াবা প্রাণীৰ মৃত্যু পর্যন্ত ঘটিব পাৰে
उदाहरणे : সমুদ্র মন্থনত ওলোৱা বিহ ভগৱান শংকৰে পান কৰিছিল
समानार्थी : কালকূট, জহৰ, বিষ, বিহ, হলাহল
स्थापित करा