सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মহত্ত্ব বঢ়াৰ ভাব
उदाहरणे : দেশৰ গৌৰৱ দেশবাসীৰ হাততে আছে
समानार्थी : গৰিমা, মর্যাদা, মহিমা, মাহাত্ম্য
अर्थ : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়
उदाहरणे : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়
समानार्थी : গৰিমা, মহত্ত্ব, মাহাত্ম্য, মূল্য
स्थापित करा