अर्थ : হিন্দুসকলৰ এক প্রধান দেৱতা যাক সৃষ্টিৰ পালনকর্তা বুলি মনা হয়
उदाहरणे :
ৰাম আৰু কৃষ্ণ বিষ্ণুৰেই অৱতাৰ
समानार्थी : অনন্তশয়ান, ঋষিকেশ, কমলাকান্ত, কমলাপতি, গোলোকনাথ, গোলোকবিহাৰী, গৰুড়ধ্বজ, গৰুড়বাহন, চক্রধাৰী, চক্রপানী, চতুর্ভূজ, জনার্দন, নাৰায়ণ, পদ্মনাভ, পুৰুষোত্তম, বিশ্বম্ভৰ, বিষ্ণু, লক্ষ্মীকান্ত, লক্ষ্মীনাৰায়ণ, লক্ষ্মীপতি, শার্ঙ্গধৰ, শ্রীনিবাস, সত্যনাৰায়ণ, সুদর্শন্্ধাৰী, হৰি, ্জগন্নাথ, ্দর্প্্হাৰী, ্শাৰঙ্গপানী