पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील গোট शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

গোট   বিশেষ্য

अर्थ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

उदाहरणे : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

समानार्थी : গণ, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

अर्थ : জমা হোৱা গোট খোৱা অৱস্থা বা ভাব

उदाहरणे : খেতি পথাৰত শস্যৰ গোট ভাল হৈছে

अर्थ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি

उदाहरणे : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল

समानार्थी : দʼম, সমষ্টি, সমূহ, ৰাশি

अर्थ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ

उदाहरणे : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল

समानार्थी : বর্গ, শ্রেণী

चौपाल