अर्थ : যিজন কলাকাৰে সিদ্ধি লাভ কৰিছে
उदाहरणे :
সমাজত গুণী কলাকাৰৰ যথেষ্ট অভাৱ
समानार्थी : ওস্তাদ, কলাগুৰু, গুণী কলাকাৰ
अर्थ : যিজন ব্যক্তিয়ে শিক্ষার্থীসকলক জ্ঞানপ্রদান কৰে বা পঢ়ায়:শিক্ষক আৰু ছাত্রৰ সম্পর্ক মধুৰ হʼব লাগে
उदाहरणे :
समानार्थी : অধ্যাপক, আচার্য, পণ্ডিত, শিক্ষক, শিক্ষাগুৰু