सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো পদার্থ আদিৰ ভগা বা পিচা সূক্ষ্ম টুকুৰা
उदाहरणे : নিমগছৰ পাত শুকুৱাই তাৰ গুড়ি তৈয়াৰ কৰি ্ ঘাঁ আদিত লগোৱা হয়
समानार्थी : গুড়ি, চূর্ণ, ্ পাউদাৰ
अर्थ : কোনো বস্তু খান্দিলে বা কাটিলে ওলোৱা অৱশিষ্ট অংশ বা চূর্ণ
उदाहरणे : কাঠৰ গুৰিবোৰ চৌকাত জুই লগোৱাৰ কামত আহে
अर्थ : কোনো বস্তু বা কামৰ প্রাথমিক স্তৰ
उदाहरणे : আমি এই ঘটনাৰ উঁহ বিচাৰিব লাগিব
समानार्थी : উঁহ, বুনিয়াদ, ভেটি
स्थापित करा