पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील গুজৰাটী शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

গুজৰাটী   বিশেষ্য

अर्थ : যিজন গুজৰাটৰ নিবাসী

उदाहरणे : গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে

समानार्थी : গুজৰাট বাসী, গুজৰাট-বাসী

अर्थ : গুজৰাট ৰাজ্যৰ ভাষা

उदाहरणे : গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে

समानार्थी : গুজৰাটী ভাষা

अर्थ : যি লিপিত গুজৰাটী ভাষা লিখা হয়

उदाहरणे : মই গুজৰাটী পঢ়িব নোৱাৰোঁ

समानार्थी : গুজৰাটী লিপি

গুজৰাটী   বিশেষণ

अर्थ : গুজৰাটত থকা বা বসতি কৰা

उदाहरणे : গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে

अर्थ : গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ

उदाहरणे : তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে

अर्थ : গুজৰাট সম্বন্ধীয়

उदाहरणे : নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে

चौपाल