अर्थ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
उदाहरणे :
ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
समानार्थी : অভিযোগকাৰী, ফৰিয়াদী
अर्थ : অভিযোগ লগোৱা কার্য
उदाहरणे :
তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
समानार्थी : ফৰিয়াদী
अर्थ : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে
उदाहरणे :
দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে
समानार्थी : ফৰিয়াদী