सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : গাঢ় কৰা
उदाहरणे : গাখীৰখিনি আৰু অধিক ডাঠ কৰা
समानार्थी : ডাঠ কৰা
अर्थ : যিটো গভীৰ ৰং যুক্ত
उदाहरणे : নৌ-সেনাৰ পোছাকযোৰ গাঢ় নীলা ৰঙৰ
अर्थ : বহুত ভাল ধৰণৰ
उदाहरणे : তেওঁ গভীৰ টোপনি মাৰি আছিল
समानार्थी : গভীৰ
अर्थ : বহুত ওচৰৰ বা বহুত কাষৰ
उदाहरणे : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
समानार्थी : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, আপোন, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
अर्थ : যি তৰল নহয় বা যʼত পানীৰ মাত্রা কম
उदाहरणे : গাখীৰখিনি মথোতে মথোতে গাঢ় হৈ পৰিল
समानार्थी : গোটা
स्थापित करा