सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উকীল, ডাক্তৰ, বিদ্বান আদিয়ে চিলাই পিন্ধা এক বিশেষ ধৰণৰ পৰিধেয় পোছাক
उदाहरणे : আদালতৰ বাহিৰলৈ আহিয়েই উকীলজনে গাউনটো খুলি কান্ধত ৰাখি লʼলে
अर्थ : আঁঠুলৈকে ওলোমাই পিন্ধা এবিধ সাজ
उदाहरणे : আগৰ দিনত ধনী লোকসকলে হলৌ চোলা পিন্ধিছিল
समानार्थी : হলৌ চোলা, হলৌ-চোলা
स्थापित करा