पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील গাইড शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

গাইড   বিশেষ্য

अर्थ : পৰীক্ষাৰ দৃষ্টিভঙ্গীৰে প্রস্তুত কৰা এক ধৰণৰ সহায়িকা কিতাপ যি অন্য কোনা পাঠ্যপুথিৰ কিতাপত দিয়া পঠন সামগ্রী, প্রশ্ন আদিৰ ব্যাখ্যা দাঙি ধৰে

उदाहरणे : আজিকালি বেছিভাগ ছাত্র-ছাত্রীয়ে কেৱল সহায়িকা পঢ়ি পৰীক্ষা দিবলৈ বিচাৰে

समानार्थी : সহায়িকা

अर्थ : কোন পর্যটনস্থলীত সেই স্থলীৰ সৈতে জড়িত তথ্যৰ সম্ভেদ দিওতা ব্যক্তি

उदाहरणे : গাইডে পর্যটন স্থলীৰ বিষয়ে বহুতো মূল্যৱান কথা কৈছিল

समानार्थी : টুৰিষ্ট গাইড

अर्थ : আনুষ্ঠানিকভাৱে স্বীকৃত উচ্চ শিক্ষাৰ (গৱেষণা কার্য)-ৰ দিকনির্দেশ ্কৰাৰ বাবে নিযুক্ত ব্যক্তি

उदाहरणे : অধ্যাপক পুষ্পকদেৱ ভালেসংখ্যক গৱেষক ছাত্রৰ গাইড

चौपाल