अर्थ : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী
उदाहरणे :
তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে
समानार्थी : কলাৰ
अर्थ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
उदाहरणे :
সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
समानार्थी : কণ্ঠ
अर्थ : গলি থকা এক অৱস্থা
उदाहरणे :
বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়
अर्थ : গৰমত কোনো গোটা বস্তু জুলীয়া হৈ যোৱা
उदाहरणे :
বৰফ বেছি সময় বাহিৰত থʼলে গলি যায়
समानार्थी : গলি যোৱা