ফোৱাৰা (বিশেষ্য)
মানুহে সজা এক মনোৰঞ্জক সামগ্রী যাক ওপৰৰ পৰা হেঁ্চা দিয়া কাৰণে পানীৰ খীন ধাৰা বা সৰু সৰু কণিকা খুউব জোৰেৰে ওলাই চাৰিওফালে চিটিকি পৰে
প্রাথমিক ৰং (বিশেষ্য)
যি ৰং কোনো ৰঙৰ মিশ্রণেৰে তৈয়াৰী নহয়
চমৎকাৰ (বিশেষ্য)
মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
মহীচুঙা (বিশেষ্য)
লিখিবৰ কাৰণে ব্যৱহাৰ কৰা চিয়াহী ৰখা পাত্র
বন-মানুহ (বিশেষ্য)
মানুহৰ আকাৰৰ সৈতে মিল থকা নেজহীন এক প্রকাৰ ডাঙৰ বান্দৰ
সুঘ্রাণ (বিশেষ্য)
ভাল গোন্ধ
হস্তকলা (বিশেষ্য)
হাতেৰে বস্তু বনাই তৈয়াৰ কৰা কার্য
কইৰা চৰাই (বিশেষ্য)
মাইকী কুকুৰাৰ গঢ়ৰ কʼলা-মুগা বৰণীয়া এবিধ বনৰীয়া চৰাই, যাক মানুহে মাংস আৰু আনন্দদায়ক যুঁজৰ ্ কাৰণেও পোহে
পুতলা (বিশেষ্য)
সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী
হঁয়কলী (বিশেষ্য)
মাইকী কুকুৰাৰ গঢ়ৰ কʼলা-মুগা বৰণীয়া এবিধ বনৰীয়া চৰাই, যাক মানুহে মাংস আৰু আনন্দদায়ক যুঁজৰ ্ কাৰণেও পোহে