सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
उदाहरणे : পাহাৰ-পর্বত স্থিৰ
समानार्थी : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
अर्थ : যি চলা-ফুৰা কৰিব নোৱাৰে
उदाहरणे : গছবোৰ সজীৱ সত্ত্বেও অচল
समानार्थी : অচল, অচৰ, অলৰ-অচৰ, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
अर्थ : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়
उदाहरणे : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে
समानार्थी : অগতি, গতিশূন্য, স্থিৰ
अर्थ : ৰৈ থকা
उदाहरणे : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে
समानार्थी : বন্ধ
स्थापित करा