पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील খৰচ কৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

খৰচ কৰা   ক্ৰিয়া

अर्थ : ব্যৱহাৰ বা কামত অহা

उदाहरणे : ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে

समानार्थी : লগোৱা

अर्थ : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া

उदाहरणे : মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে

समानार्थी : ক্ষয় কৰা, নোহোৱা কৰা, শেষ কৰা

चौपाल