अर्थ : যি প্রশংসাৰ যোগ্য
उदाहरणे :
আনৰ কাৰণে প্রাণ দিব পৰাজন প্রশংসনীয়
समानार्थी : অনিন্দনীয়, অনিন্দ্য, খ্যাতিকৰ, খ্যাতিজনক, খ্যাতিমান, প্রশংসনীয়, প্রশংসিতব্য, যশস্কৰ, ্মর্যাদাপূর্ণ
अर्थ : যিজনে খ্যাতি লাভ কৰিছে:লতা মংগেশকাৰ এগৰাকী প্রসিদ্ধ গায়িকা
उदाहरणे :
समानार्थी : খিতপীয়া, খ্যাত, খ্যাতনামা, খ্যাতিমান, জনা-শুনা, নামকৰা, নামজাদা, নামী, প্রখ্যাত, প্রথিতনামা, প্রথিতযখা, প্রসিদ্ধ, বিখ্যাত, বিশ্রুত, যশস্বান, যশস্বী, যশস্যাশালী, যশোধন, যশোমণ্ডিত, যশোৱন্ত, যশোৱান, সুখ্যাত, সুপ্রসিদ্ধ, সুবিদিত, স্বনামধন্য