पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील খ্যাতি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

খ্যাতি   বিশেষ্য

अर्थ : কোনো কামৰ কাৰণে লাভ কৰা যশ

उदाहरणे : ৰিয়াই হিন্দীত সর্বোচ্চ নম্বৰ লাভ কৰাৰ খ্যাতি তেওঁৰ শিক্ষয়িত্রী তমিস্রাই লাভ কৰিছে

अर्थ : খ্যাত হোৱা অৱস্থা বা ভাব

उदाहरणे : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে

समानार्थी : কীর্তি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রতিষ্ঠা, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ

चौपाल