अर्थ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
उदाहरणे :
এই গাড়ীখনে বহুত পেট্রʼল খায়
समानार्थी : লোৱা
अर्थ : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা
उदाहरणे :
সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে
समानार्थी : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা
अर्थ : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা
उदाहरणे :
বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে
अर्थ : বাহি থোৱা ভোজন গ্রহণ কৰা
उदाहरणे :
কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
समानार्थी : ভোজন কৰা
अर्थ : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা
उदाहरणे :
তেওঁ মর্টন ্চোৱাই আছে
समानार्थी : চোৱোৱা
अर्थ : ব্যক্তিৰ গুণ আদি নষ্ট কৰা
उदाहरणे :
অহংকাৰে মানুহক বর্বাদ কৰে
समानार्थी : নষ্ট কৰা, বর্বাদ কৰা