पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील খোজ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

খোজ   বিশেষ্য

अर्थ : চলাচল কৰা ঢং

उदाहरणे : তুমি এনেকৈ ঢলং-পলং খোজেৰে কিয় গৈ আছে

समानार्थी : খোজ-কাটল

अर्थ : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য

उदाहरणे : তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল

समानार्थी : কদম

अर्थ : এটা খোজেৰে ঠিক কৰা দূৰত্ব

उदाहरणे : মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত

समानार्थी : কদম

अर्थ : কোনো বস্তু কʼত কেনেকৈ আছে সেইয়া চাবৰ কাৰণে বা পাবলৈ বিচাৰ কৰা কার্য

उदाहरणे : কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল

समानार्थी : আৱিষ্কাৰ, সন্ধান

चौपाल