पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील খেলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

খেলা   বিশেষ্য

अर्थ : তুচ্ছ অথবা অতি সাধাৰণ ভাৱে কৰা ব্যৱহাৰ

उदाहरणे : নিজৰ কামৰ সৈতে খেলা কৰা উচিত নহয়

समानार्थी : ৰং-ধেমালি

अर्थ : খেলৰ প্রদর্শন

उदाहरणे : চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল

समानार्थी : খেল

খেলা   ক্ৰিয়া

अर्थ : মন আনন্দিত কৰিবলৈ বা ব্যায়াম আদিৰ বাবে ইফালে-সিফালে জঁপিওৱা, উল্লাস আদি কৰা

उदाहरणे : লʼৰা-ছোৱালীবোৰে খেলপথাৰত খেলি আছে

समानार्थी : ক্রীড়া কৰা

चौपाल