सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কণী ফুটি ওলোৱা ডেউকা আৰু পাখি থকা এবিধ উৰিব পৰা প্রাণী
उदाहरणे : বিলৰ পাৰত ৰং-বিৰঙৰ চৰাই পৰি আছে
समानार्थी : খগ, গগণপতি, চৰাই, পক্ষধৰ, পক্ষী, পখী, পতগ, পত্রী, বিহংগম, বিহগ
अर्थ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
उदाहरणे :
समानार्थी : কামুক, খেচেৰা, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লম্পট, লুচ্ছা
अर्थ : যি ব্যভিচাৰ কৰে
उदाहरणे : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
समानार्थी : কামী, কামুক, খেচেৰা, ব্যভিচাৰী, লম্পট, লুচ্ছা
स्थापित करा