अर्थ : ক্ষুৰ আদিৰে মূৰৰ চুলি পৰিস্কাৰ কৰা
उदाहरणे :
শিশুটোৰ চুলি খুৰোৱা হʼল
अर्थ : মূৰ আদিৰ সম্পূর্ণ চুলি আতৰাই পেলোৱা
उदाहरणे :
নাপিতে তেওঁৰ মূৰ খুৰাইছে
समानार्थी : মুণ্ডন কৰা
अर्थ : শিৰ আদিৰ পৰা চুলি ্আঁতৰোৱা কার্য
उदाहरणे :
নাপিতৰ ওচৰলৈ গৈ তেওঁ নিজৰ মূৰৰ চুলি খুৰালে
समानार्थी : মুণ্ডন কৰা