सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দুটা বস্তু বেগেৰে আহি পৰস্পৰে লগ লগা কার্য
उदाहरणे : বাছ আৰু ট্রাকৰ খুন্দাত দহজন লোক আহত হʼল
अर्थ : খুন্দা বা কুটাৰ কার্য
उदाहरणे : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে
समानार्थी : কুটা, বনা
अर्थ : কোনো বস্তু ভাগিবলৈ, পিচিবলৈ তাৰ ওপৰত বাৰে বাৰে কোনো ডাঙৰ আৰু ওজন বস্তুৱে আঘাত কৰা কার্য
उदाहरणे : মহিলাসকলে ধান বানি আছে
समानार्थी : খুনা, বনা
अर्थ : কোনো বস্তুক ঘঁহি চূর্ণৰ ৰূপলৈ অনা
उदाहरणे : ঘেঁহু পিহা হʼল
समानार्थी : পিহা
स्थापित करा