अर्थ : যিজন বেপাৰীয়ে কম-কমকৈ মালবস্তু কিনে বা বিক্রী কৰে
उदाहरणे :
শ্যাম এজন খুচুৰা বেপাৰী
समानार्थी : খুচুৰা ব্যৱসায়ী
अर्थ : যিজনে বেলেগকৈ, খুচুৰাকৈ বা কম কমকৈ মাল-বস্তু বা চুক্তিপত্র বেচে
उदाहरणे :
তেওঁ খুচুৰা দোকানীজনৰ পৰা দুই কিলো চাউল কিনিলে
समानार्थी : খুচুৰা দোকানী, গেলামালৰ দোকানী, মুদৈ