पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील খাতা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

খাতা   বিশেষ্য

अर्थ : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ

उदाहरणे : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত

समानार्थी : কপি, বহী

अर्थ : পাটোৱাৰীৰ ওচৰত থকা (বিশেষভাৱে কৃষক আদিৰ কাৰণে) খাতা বহীৰ নকল

उदाहरणे : খেতিয়কজনে খাতা বহী লʼবলৈ পাটোৱাৰীৰ ওচৰলৈ গৈছে

अर्थ : আয় ব্যয় আদিৰ হিচাপ লিখা বহী

उदाहरणे : তেওঁ ্খাতা মেলি আয়-ব্যয়ৰ হিচাপ কৰি আছে

समानार्थी : বহী

चौपाल