अर्थ : হিচাপৰ কেঁ্চা চিঠা
उदाहरणे :
তেওঁ হিচাপ কৰাৰ পিছত খচৰাখন ফালি পেলালে
अर्थ : হাতেৰে লিখা পুস্তক বা দস্তাবেজ
उदाहरणे :
সংগ্রহালয়ত বহুত প্রাচীন পাণ্ডুলিপি আছে
समानार्थी : পাণ্ডুলিপি, পাণ্ডুলেখ
अर्थ : কাটি-কুটি শুদ্ধ কৰিব পৰা লিখনিৰ পূর্ব ৰূপ
उदाहरणे :
মন্ত্রীমহোদয়ৰ ভাষণৰ খচৰা তৈয়াৰ হৈ আছে
समानार्थी : পাণ্ডুলেখ