अर्थ : দুখ বা অঘটন ঘটাব পৰা মনৰ এনে এক উগ্র অৱস্থা যাৰ প্রৰোচনাত পৰি মানুহে উচিত অনুচিত বিচাৰ নকৰি যি কোনো কামেই কৰিব পাৰে:খং উঠিলে মানুহে যিকোনো অঘটন ঘটাব পাৰে
उदाहरणे :
समानार्थी : অমর্ষণ, কোপ, কোপাগ্নি, কোপানল, ক্রোধ, ক্রোধন, ক্রোধাগ্নি, ক্রোধানল, খং, খং-জুই, গোছা, জঁক, জঁকি, জমক, তক, তেজ, দ্বিতীয় ৰিপু, ফাই, ভমক, ্ অমর্ষ, ৰাগ, ৰোষ, ৰোষ-কোপ, ৰোষ-বহ্নি, ৰোষানল
अर्थ : খঙেৰে বা ডাবি দি কোৱা কথা
उदाहरणे :
দেউতাকৰ ডাবি-ধমকিত দুখ পাই ৰামে ঘৰ এৰি গুচি গʼল
समानार्थी : ডাবি-ধমকি, ডাবি-্হুঁকি, তমতমি, তর্জন-গর্জন