अर्थ : এনে কোনো কাম যাৰ কাৰণে সন্মুখৰজন ক্রোধিত হয়
उदाहरणे :
তেওঁৰ ্অদৰকাৰী কথাই মোক ক্রোধিত কৰি তোলে
समानार्थी : ক্রুব্ধ কৰা, ক্রোধিত কৰা
अर्थ : কাৰোবাক আমনি দি থকা
उदाहरणे :
কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
समानार्थी : আমনি কৰা, দিগদাৰী কৰা, দিগদাৰী দিয়া