अर्थ : অতি ্অর্থলোভী ব্যক্তি
उदाहरणे :
আপুনি হিচাপত ইমান কৃপণালি কৰিলে আপোনাকো কৰাইচ ব্যক্তিৰ শাৰীত মানুহে ধৰিবলৈ লʼব
समानार्थी : কৃপণ
अर्थ : কৃপণালি কৰোতা ব্যক্তি
उदाहरणे :
ৰমেশ বহুত ডাঙৰ কৃপণ কৃপণৰ ধননো কি কামত আহে !
समानार्थी : কৃপণ
अर्थ : যিজনে ধন ভোগ নকৰে, খৰচ নকৰে আৰু কাকো নিদিয়ে:ইমান ধনী হোৱা স্বত্বেও তেওঁ বৰ কৃপণ
उदाहरणे :
समानार्थी : কঞ্জুস, কটকিনা, কাঠ-কুঠাৰ, কুৱাং, কৃপণ, গূ-পেৰেত, গূত চাউল ধোৱা, চিকটা কির্পিন, চিপা, চিপিৰা, জিকাজৰী, টানমুঠিয়া, বখিল, বজ্রবটালি, বান্ধকানি, বেতেৰি-চেপা, যখ, হাতে শুকোৱা