सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
उदाहरणे : তাৰ হাতত বৰ জোৰ আছে
समानार्थी : পাণি, ভূজ, হস্ত, হাত
अर्थ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
उदाहरणे : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
समानार्थी : কটল, কাটল, কৰ-কাটল, খাজনা, টেক্স, শুল্ক
अर्थ : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
उदाहरणे : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
समानार्थी : হস্ত, হাত
अर्थ : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
उदाहरणे :
समानार्थी : পাণি, হস্ত, হাত
अर्थ : খেতি-বাতিৰ মাটিত লগোৱা কৰ
उदाहरणे : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
समानार्थी : কটল, কাটল, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক
अर्थ : মণিবন্ধৰ আগৰ অংশ
उदाहरणे : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
समानार्थी : হাত
स्थापित करा