सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জলবায়ু আদিৰ প্রভাৱৰ কাৰণে হোৱা পৰি্ৱর্তন ্যাৰফলত বস্তু-বাহানি আদি বেয়া হৈ যায়
उदाहरणे : সময়ৰ লগে লগে ঐতিহাসিক প্রাসাদবোৰৰ অৱক্ষয় হোৱা পৰিলক্ষিত হৈছে
समानार्थी : অৱক্ষয়
अर्थ : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
उदाहरणे : কাৰো অপকাৰ নকৰিবা
समानार्थी : অনিষ্ট, অপকাৰ, ক্ষতি, বৰবাদ, হানি
अर्थ : লাহে-লাহে কমি যোৱা বা নষ্ট হৈ যোৱা কার্য
उदाहरणे : বৃদ্ধাৱস্থাত স্মৰণ শক্তি হ্রাস পাবলৈ ধৰে
समानार्थी : অপচয়, হ্রাস
अर्थ : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি
उदाहरणे : বিনাশৰ সময়ত বুদ্ধি লোপ পায়
समानार्थी : উচ্ছেদ, নিপাত, বিলোপ, লোপ
स्थापित करा