पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ক্ষেত্র शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ক্ষেত্র   বিশেষ্য

अर्थ : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে

उदाहरणे : কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়

समानार्थी : ভাগ

अर्थ : দীঘল আৰু বহল সমতল ভূমি

उदाहरणे : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে

समानार्थी : পথাৰ, প্রাঙ্গণ, প্রাঙ্গন, প্রান্তৰ, ময়দান

अर्थ : যʼত কোনোৱে সক্রিয় ভাবে থাকে, কাম কৰে, বা কোনো কার্য ্সঞ্চালিত হয় অথবা নিয়ন্ত্রিত হয় তেনেধৰণৰ মানিলোৱা এখন ক্ষেত্র

उदाहरणे : তেওঁ শিক্ষাৰ ক্ষেত্রত বহুত আগত আছে

अर्थ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে

उदाहरणे : কাশী হিন্দুসকলৰ ধর্মীয় স্থান

समानार्थी : জেগা, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থল, স্থান

अर्थ : মাটিৰ এক খণ্ড

उदाहरणे : গ্রাম্য অঞ্চলত এতিয়াও বিদ্যুতৰ সমস্যা হৈ থাকে

समानार्थी : অঞ্চল, এলেকা, প্রান্ত, ভূখণ্ড

अर्थ : যি স্থানত কোনো বিশেষ কার্য ্কৰা হয় বা যি স্থান কোনো বিশেষ কামৰ বাবে সংৰক্ষিত

उदाहरणे : সৈনিকৰ প্রশিক্ষণ ক্ষেত্রলৈ আমি যাব নোৱাৰো

चौपाल