सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ ভোক লাগিছে
उदाहरणे : মাকে ভোকাতুৰ শিশুটোক গাখীৰ খুৱাইছে
समानार्थी : ক্ষুধাতুৰ, ক্ষুধান্বিত, ক্ষুধিত, বুভুক্ষিত, ভুকীয়া, ভুখাৰি, ভোকাতুৰ, ভোকাল
अर्थ : যি ভোকত মৰো মৰো হয়
उदाहरणे : আজিকালি চহৰৰ ৰাস্তাত বহুতো ভোকাতুৰক ভিক্ষা খোজা দেখা যায়
समानार्थी : ক্ষুধিত, ভোকত মৰা-, ভোকাতুৰ, ্ভোকাল
स्थापित करा