अर्थ : কোনো দেশ বা জাতিৰ প্রধান শাসক বা পতি:ত্রেতা যুগত শ্রীৰাম অযোধ্যাৰ ৰজা আছিল
उदाहरणे :
समानार्थी : অধিপতি, অধিৰাজ, অধীশ্বৰ, ক্ষিতিনাথ, ক্ষিতিপাল, ক্ষিতীশ, চক্রৱর্ত্তী, জাহাপনা, নৃপ, নৃপতি, নৰদেৱ, নৰপতি, নৰাধিপ, নৰেন্দ্র, নৰেশ, প্রজানাথ, প্রজাপালক, বাদশ্বাহ, ভূপ, ভূপতি, মহাৰজা, মহাৰাজ, স্বর্গদেউ, ৰজা, ৰাজচক্রৱর্ত্তী