पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ক্ষমতা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ক্ষমতা   বিশেষ্য

अर्थ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

उदाहरणे : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

समानार्थी : এনার্জি, তেজ, শক্তি

अर्थ : কিবা ধাৰণ কৰাৰ যোগ্যতা বা শক্তি

उदाहरणे : এই চিনেমা গৃহটোৰ ধাৰণ ক্ষমতা পাঁচশ

समानार्थी : ধাৰণ ক্ষমতা

अर्थ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়

उदाहरणे : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়

समानार्थी : উপযুক্ততা, যোগ্যতা, সামর্থ্য

अर्थ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

उदाहरणे : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

समानार्थी : শক্তি, সামর্থ্য

चौपाल