सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এবাৰ চকু মুদিবলে যিমান সময় লাগে সিমান পৰিমাণৰ সময়
उदाहरणे : পলকৰ বাবে আৰাম কৰি আগ বঢ়া যাৱক
समानार्थी : নিমেষ, পলক
अर्थ : একেবাৰে কম সময়
उदाहरणे : স্বামী বিবেকানন্দ কম সময়তে প্রখ্যাত হৈ পৰিছিল
समानार्थी : অলপ সময়, কম সময়, খন্তেক
अर्थ : যিটো হিচাপতকৈ কম
उदाहरणे : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
समानार्थी : অপ্রচুৰ, অপ্রতুল, অলপ, অল্প, আংশিক, কম, কিছু, ন্যূন, লেশ
स्थापित करा