सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জীৱ-জন্তুক মৰা-কটা আৰু শাৰীৰিকভাৱে কষ্ট দিয়া বৃত্তি
उदाहरणे : গান্ধীজী হিংসাৰ বিৰোধী আছিল
समानार्थी : হিংসা, হিংস্রতা
अर्थ : ক্রুৰ স্বভাৱৰ
उदाहरणे : কংসৰ ক্রুৰতাৰ সেই সময়তে প্রমাণ পোৱা গʼল যেতিয়া তেওঁ নিজৰ পিতৃক বন্দী কৰালে
समानार्थी : নিষ্ঠুৰতা
स्थापित करा