अर्थ : কেৱল মন আহ্লাদিত কৰিবৰ কাৰণে কৰা কাম
उदाहरणे :
লʼৰা-ছোৱালীবোৰে পানীত খেলি আছে
समानार्थी : আমোদ-প্রমোদ, খেল
अर्थ : মনত আনন্দ লগাবলৈ বা ব্যায়াম আদিৰ কাৰণে কুচ-কাৱাজ, দৌৰা-ঢপৰা আদি বিভিন্ন মনোৰঞ্জক কার্য
उदाहरणे :
খেলত জয়-পৰাজয় থাকেই
समानार्थी : খেল, খেল-ধেমালি