अर्थ : যিজনে বিপ্লৱৰ পক্ষ লৈছে
उदाहरणे :
বিপ্লৱীয়ে বিপ্লৱৰ জৰিয়তে সমাজৰ আমূল পৰি্ৱর্তন ্সাধন কৰিব বিচাৰে
समानार्थी : বিপ্লৱী
अर्थ : বিপ্লৱ কৰা বা বিচৰা ব্যক্তি
उदाहरणे :
ভাৰতমাতাক স্বাধীন কৰিবৰ কাৰণে কিমান যে বিপ্লৱীয়ে হাঁহি-্হাঁহি ্ফাঁচি জৰীক ্আকোঁৱালি লʼলে
समानार्थी : বিপ্লৱী