सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি
उदाहरणे : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে
समानार्थी : অভিপ্রায়, কূট, কূটকৌশল, চাল, ফন্দ, ফন্দি, মতলব
अर्थ : কুস্তিত বিপক্ষক হৰোৱাবৰ বাবে কামত লগোৱা বুদ্ধি
उदाहरणे : তেওঁ একেটা চালতে শকত মল্লযোদ্ধাজনক চিৎ কৰি দিলে
समानार्थी : চাল
स्थापित करा