सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চাৰিওফালে বেৰ আদিৰে আৱৰি ৰখা ঘৰৰ সৰু অংশ:মোৰ কোঠাটো দুই নম্বৰ পথৰ সমীপতে আছে
उदाहरणे :
समानार्थी : কক্ষ, কামৰা, কুঠলি, কুঠৰী, কেবিন, কোঠালি, খোঁক, খোটালি, ৰূম
अर्थ : কোনো কোঠাত উপস্থিত লোক
उदाहरणे : তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
समानार्थी : শ্রেণী
स्थापित करा