सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ ওচৰত বহুত ধন আছে
उदाहरणे : চাওতে চাওতে আমাৰ চহৰৰ কোটিপতি ভিকহু হৈ গʼল
अर्थ : কোটি টকাৰ মালিক
उदाहरणे : বর্ত্্মান সময়ত কোটিপতিৰ অভাৱ নাই
समानार्थी : কৌৰপতি
अर्थ : যাৰ ওচৰত অতি কমেও এক কোটি টকা আছে
उदाहरणे : শ্যাম কোটিপতি হোৱাৰ লালসাত জঘন্য অপৰাধী হৈ পৰিল
समानार्थी : কৌটিপতি, কৌড়পতি
स्थापित करा