सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভাল-বেয়া নভবাকৈ মুখত যি আহে তাকে কোৱা
उदाहरणे : ইয়াত চেলবেলাই নাথাকিবা
समानार्थी : কেল্-কেলনি, চেলবেলনি, বক্-বকনি
अर्थ : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ
उदाहरणे : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে
समानार्थी : কিৰিলি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, গণ্ডগোল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হুলস্থূল, হৈ-চৈ
स्थापित करा