सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো দেশ বা ৰাজ্যৰ প্রধান নগৰ, যʼৰ পৰা তাৰ শাসনকার্য পৰিচালিত হয়
उदाहरणे : উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌ
समानार्थी : ৰাজধানী
अर्थ : কাৰোবাৰ হাতত মজুত থকা ধনৰাশি, যি ধন লাভালাভৰ কাৰণে বেপাৰ-বাণিজ্য আদিত খটোৱা হয়
उदाहरणे : এহেজাৰ টকা মূলধনেৰে আমি লাখ টকা উপার্জন কৰিব পাৰো
समानार्थी : আচল ধন, পুঁজি, মূলধন
स्थापित करा