पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील কৃপণ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

কৃপণ   বিশেষ্য

अर्थ : অতি ্অর্থলোভী ব্যক্তি

उदाहरणे : আপুনি হিচাপত ইমান কৃপণালি কৰিলে আপোনাকো কৰাইচ ব্যক্তিৰ শাৰীত মানুহে ধৰিবলৈ লʼব

समानार्थी : কৰাইচ

अर्थ : কৃপণালি কৰোতা ব্যক্তি

उदाहरणे : ৰমেশ বহুত ডাঙৰ কৃপণ কৃপণৰ ধননো কি কামত আহে !

समानार्थी : কৰাইচ

কৃপণ   বিশেষণ

अर्थ : যিজন বেছি খৰচ নকৰে

उदाहरणे : শেঠ ধনীৰাম কৃপণ লোক, তেওঁ এক ্ পইচাও খৰচ কৰিব নিবিচাৰে

अर्थ : যিজনে ধন ভোগ নকৰে, খৰচ নকৰে আৰু কাকো নিদিয়ে:ইমান ধনী হোৱা স্বত্বেও তেওঁ বৰ কৃপণ

उदाहरणे :

समानार्थी : কঞ্জুস, কটকিনা, কাঠ-কুঠাৰ, কুৱাং, কৰাইচ, গূ-পেৰেত, গূত চাউল ধোৱা, চিকটা কির্পিন, চিপা, চিপিৰা, জিকাজৰী, টানমুঠিয়া, বখিল, বজ্রবটালি, বান্ধকানি, বেতেৰি-চেপা, যখ, হাতে শুকোৱা

चौपाल