सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো ঘটি গৈছে
उदाहरणे : তেওঁ নিজৰ জীৱনত সংঘটিত ঘটনাৰ বর্ণ্্না কৰি আছিল
समानार्थी : সংঘটিত, সাধিত
अर्थ : যিটো কৰা হৈ গৈছে
उदाहरणे : কৃত কার্যক ্ দোহাৰি লাভ নাই
समानार्थी : নিষ্পন্ন, সংঘটিত, সম্পন্ন, সাধিত
अर्थ : যিটো ৰচনা কৰা বা বনোৱা হৈছে
उदाहरणे : সোতৰ শতিকাত নির্মিত তাজমহলটো শাহজাহানৰ দান
समानार्थी : নির্মিত, প্রণীত, বিৰচিত, সৃজিত, সৃষ্ট, ৰচিত
स्थापित करा