अर्थ : শৰীৰৰ নিম্নাংশ বগা ৰঙৰ এবিধ জলচৰ চৰাই
उदाहरणे :
কুৰুৱা চৰাইটোৱে মাছটোক হাতোৰাৰে খামুচি উৰা মাৰিলে
अर्थ : পূবৰ পৰা বৈ অহা বতাহ
उदाहरणे :
বাগিছাত যুৱক দম্পত্তিয়ে কুৰুৱা বতাহৰ আনন্দ লৈ আছে
समानार्थी : কুৰুৱা বতাহ