सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যʼত শ্লীলতা নাই
उदाहरणे : অশ্লীল কিতাপ বিক্রী কৰাৰ অপৰাধত সোহনক দুবছৰৰ কাৰাদণ্ড বিহা হʼল
समानार्थी : অকথ্য, অনুচ্চার্য, অনুচ্চাৰণীয়, অশ্লীল, কুকথ্য
अर्थ : যিটো ঘৃণাৰ যোগ্য
उदाहरणे : ভ্রূণ-হত্যা এটা ঘৃণনীয় অপৰাধ
समानार्थी : অপকৃষ্ট, ঘিণ লগা-, ঘৃণনীয়, ঘৃণাজনক, ঘৃণাযোগ্য, ঘৃণার্হ, ঘৃণিত, ঘৃণ্য, জঘন্য, বীভৎস
अर्थ : যি শুৱনি নহয়
उदाहरणे : বক্রাচার্যৰ শৰীৰ অশুৱনি
समानार्थी : অগঢ়ী, অপচু, অশুৱনি, অশুৱনী, অশোভন, অশোভনীয়, অশোভিত, অসুন্দৰ, আগঢ়ী, আপচু, আভঁজ্া, আভজা, কদর্য্য, কদাকাৰ, কিম্ভূত-কিমাকাৰ, কুন্ধচ, কুবিকট, কুশ্রী, কুৰূপ, বিশ্রী
स्थापित करा